-HODM Academy-
Home News অভিনেতা মহেশ মাঞ্জৰেকৰক ফোনযোগে ধন দাবী-ভাবুকি প্ৰদান…

অভিনেতা মহেশ মাঞ্জৰেকৰক ফোনযোগে ধন দাবী-ভাবুকি প্ৰদান…

-HODM Academy-

পৰিচালক তথা জনপ্ৰিয় অভিনেতা মহেশ মাঞ্জৰেকৰক এজন লোকে ফোনযোগে ৩৫ কোটি ধনৰ দাবী উত্থাপন কৰে। ধন নিদিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে পৰিচালকজনক। আৰক্ষীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে, মহেশ মাঞ্জৰেকৰক আণ্ডাৰৱৰ্ল জ’ন আবু ছলেমৰ নাম লৈ এজন ব্যকিয়ে ধন দাবী আৰু ভাবুকি প্ৰদান কৰিছে।

অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত ৰুজু কৰিছে এক গোচৰ। তেওঁ লগতে জনাই যে, ১৯৯৩ৰ মুম্বাইৰ বিস্ফোৰণৰ ঘটনাৰে জড়িত আবু ছলেমৰ দলৰ সদস্য বুলি নিজকে চিনাকি প্ৰদান কৰে ভাবুকি প্ৰদান কৰে লোকজনে। এটা মেছেজ প্ৰেৰণ কৰি এই ধন দাবী কৰা হয় অভিনেতাগৰাকীক। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here