-HODM Academy-
Home News কোনে দিছে প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি…

কোনে দিছে প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি…

-HODM Academy-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ বাবে ইমেইল যোগে অজ্ঞাত ব্যক্তিক দিয়া হৈছে নিৰ্দেশ। এই কথা প্ৰকাশ কৰিছে স্বয়ং ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এ-য়ে। এক নিৰ্দিষ্ট মেইলৰ পৰা তিনিটা শব্দত কাৰোবাক উদ্দেশ্যি দিয়া- ‘ Kill Narendra Modi’ সন্দৰ্ভত এন আই এয়ে তথ্য লাভ কৰাৰ কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদগোষ্ঠী টাইমছ নাওৱে।

ইতিমধ্যে বৃদ্ধি কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা। ৮ আগষ্টত ‘ylalwani12345@gmail.com’ নামৰ এটা ইমেইল আই ডিৰ পৰা ‘info.mum.nia@gov.in’ ইমেইল আইডিটোলৈ পঠিওৱা হৈছিল এই মেইল। য’ত লিখা আছিল ‘Kill Narendra Modi’।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here