-HODM Academy-
Home News ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ সম্পৰ্কীয় অশোক কুমাৰক হত্যা, শুই থকা অৱস্থাতে মূৰত প্ৰহাৰ...

ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ সম্পৰ্কীয় অশোক কুমাৰক হত্যা, শুই থকা অৱস্থাতে মূৰত প্ৰহাৰ ডকাইতৰ…

-HODM Academy-

ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ এগৰাকী সম্পৰ্কীয়ক ডকাইতৰ এটা দলে আক্ৰমণ কৰি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লোকজনে ঘৰৰ ছাদৰ ওপৰত থকা সময়ত এটা ডকাইতৰ দলে আহি খেলুৱৈগৰাকীৰ সম্পৰ্কীয় লোকজনৰ ঘৰত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ ওপৰত আক্ৰামণ চলাই, য’ত ৫৮ বছৰীয়া লোকজনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৪ আন সদস্য।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি নিহত ব্যক্তিজনৰ নাম অশোক কুমাৰ। পঞ্জাৱৰ পাঠানকোট জিলাৰ থাৰিয়াল গাঁৱত সংঘটিত হৈছিল এই ঘটনা। ইফালে, পৰিয়ালটোৰ লোকে ঘটনাটোৰ সন্দৰ্ভত কয় যে, ৩-৪ জনীয়া এই ডকাইতৰ দলটোৱে লুটপাত চলোৱাৰ মনোভাৱেৰে ঘৰত প্ৰৱেশ কৰি অশোক কুমাৰৰ লগতে আন সদস্য কেইজনৰ ওপৰত প্ৰহাৰ চলায়। যি সময়ত এই ঘটনা সংঘটিত হৈছিল তেতিয়া লোকে ঘৰৰ ছাদৰ ওপৰত নিশা শুই আছিল।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here