-HODM Academy-
Home News চৰকাৰক ৰাহুল গান্ধীৰ কটাক্ষঃ লিখিলে ১৪৫০০০০০০০০০০…

চৰকাৰক ৰাহুল গান্ধীৰ কটাক্ষঃ লিখিলে ১৪৫০০০০০০০০০০…

-HODM Academy-

বিগত দিনবোৰত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে বাক্যবাণেৰে আক্ৰমণ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰক। বৃহস্পতিবাৰে টুইটাৰযোগে পুনৰ কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিলে ৰাহুল গান্ধীয়ে। টুইটাৰত ৰাহুল গান্ধীয়ে লিখিছে যে, Loan Moratorium Periodৰ সময়ত ই এম আইৰ ক্ষেত্ৰত সকাহ দিয়াৰ বাবে কি ব্যৱস্থা ল’লে কেন্দ্ৰই।

তেওঁ লগতে লিখিছে যে, ‘চুত বুট কী’ চৰকাৰে কেৱল মাত্ৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ বাবেহে কাম কৰি আহিছে। মধ্যবিত্ত লোকসকলে এইক্ষেত্ৰত কোনো সকাহ লাভ কৰা নাই। ডাঙৰ ব্যৱসায়ীসকলক হে এইখন চৰকাৰে কেৱল ১৪৫০০০০০০০০০০ টকাৰ টেক্স ফ্ৰী প্ৰদান কৰিছে বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here