-HODM Academy-
Home News টেলিক’ম কোম্পানীক এজিআৰ পৰিশোধৰ বাবে ১০ বছৰ সময় প্ৰদান উচ্চতম ন্যায়ালয়ৰ…

টেলিক’ম কোম্পানীক এজিআৰ পৰিশোধৰ বাবে ১০ বছৰ সময় প্ৰদান উচ্চতম ন্যায়ালয়ৰ…

-HODM Academy-

কোৰোনা মহামাৰীৰ প্ৰতি দৃষ্টি ৰাখি উচ্চতম ন্যায়ালয়ে এডজাষ্ট গ্ৰ’ছ ৰেভেনিউ চমুকৈ এজিআৰ পৰিশোধ কৰাৰ বাবে টেলিক’ম কোম্পানীসমূহক ৰেহাই প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে টেলিক’ম কোম্পানীসমূহক এজিআৰ পৰিশোধ কৰাৰ বাবে ১০ বছৰ সময় প্ৰদান কৰিছে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ২০২১চনৰ ৩১ মাৰ্চলৈকে বিত্তীয় সংকটৰ সন্মুখীন হোৱা টেলিক’ম কোম্পানীসমূহ মুঠ এজিআৰৰ ১০ শতাংশ দিলেও হ’ব। কোৰোনাৰ সংক্ৰমণ প্ৰতি দৃষ্টি ৰাখি এই সময় বৃদ্ধি কৰা হৈছে। সেয়েহে ১০বছৰ সময় দিয়া হৈছে এজিআৰ পৰিশোধ কৰাৰ বাবে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here