-HODM Academy-
Home News তিনিটাকৈ বেংক ব্যক্তিগতকৰণ কৰাৰ বাবে চৰকাৰক প্ৰস্তাৱ নীতি আয়োগৰ…

তিনিটাকৈ বেংক ব্যক্তিগতকৰণ কৰাৰ বাবে চৰকাৰক প্ৰস্তাৱ নীতি আয়োগৰ…

-HODM Academy-

নীতি আয়োগে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰক পাব্লিক ছেক্টৰৰ তিনিটা বেংক ব্যক্তিগতকৰণ কৰাৰ বাবে প্ৰস্তাৱ জনাইছে। অৰ্থাৎ এই বেংক তিনিটাৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ হাতত দিয়া হ’ব। এই বেংক কেইটা ক্ৰমে- পঞ্জাৱ এণ্ড সিন্ধ বেংক, ইউকো বেংক আৰু বেংক অৱ মহাৰাষ্ট্ৰ।

উল্লেখ্য যে, এই বেংক কেইটা লোকচানত চলি থকাৰ বাবে বাবে ব্যক্তিগতকৰণ কৰাৰ উপদেশ দিছে। চৰকাৰৰ এই বেংক কেইটাৰ সৈতে থকা অংশীদাৰৰ বাবে ইয়াৰ প্ৰবাৱ পৰিছে চৰকাৰৰ আয়ত। সেয়েহে তাৰ সমাধান হিচাপে নীতি আয়োগে এই বেংক কেইটা ব্যক্তিগতকৰণ কৰাৰ উপদেশ দিয়ে চৰকাৰক।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here