-HODM Academy-
Home কৰোনা ভাইৰাস নগাঁৱৰ ৰহাত প্ৰথমগৰাকী কোৰোণা আক্ৰান্ত ৰোগীৰ মৃত্যু

নগাঁৱৰ ৰহাত প্ৰথমগৰাকী কোৰোণা আক্ৰান্ত ৰোগীৰ মৃত্যু

-HODM Academy-

কেইদিনমান পূৰ্বৰ পৰা কোৰোণাত আক্ৰান্ত হৈ ঘৰতেই চিকিৎসা কৰি আছিল বিনয় দেওৰজাই।

নগাঁও জিলাৰ ৰহাত প্ৰথমজন কোৰোণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয়। মৃত ব্যক্তিগৰাকীৰ নাম বিনয় দেওৰজা (৫০)। উত্তৰ-পূব সীমান্ত ৰে’লৱেত অভিযন্তা হিচাপে কৰ্মৰত আছিল বিনয় দেওৰজা।

কেইদিনমান পূৰ্বৰ পৰা কোৰোণাত আক্ৰান্ত হৈ ঘৰতেই চিকিৎসা কৰি আছিল বিনয় দেওৰজাই। দেওবাৰে নিশা বিনয় দেওৰজাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত তেওঁক নগাঁৱৰ চিকিৎসালয়লৈ অনা হয় যদিও মৃত্যু হয় লোকজনৰ।

কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা বিনয় দেওৰজাক সোমবাৰে পুৱাৰ ভাগত তেওঁৰ নিজৰ মাটিতে সৎকাৰ কৰা হয়। ইপিনে, যি সময়ত কোৰোণা আক্ৰান্ত ৰোগীৰ সৎকাৰক কেন্দ্ৰ কৰি বিভিন্ন বিৰ্তক চলি আহিছে, সেই সময়তে চিকিৎসা বিভাগৰ পৰা প্ৰদান কৰা পি পি কিট পিন্ধি মৃতকক সৎকাৰ কৰিলে বিনয় দেওৰজাৰ গাঁৱৰে চাৰিগৰাকী গঞাই।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here