-HODM Academy-
Home নিঊজ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰে বৈঠকৰ পাছত চীনৰ মন্তব্যঃ আমি এক ইঞ্চি মাটিও...

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰে বৈঠকৰ পাছত চীনৰ মন্তব্যঃ আমি এক ইঞ্চি মাটিও এৰি নিদিওঁ…

-HODM Academy-

ভাৰত আৰু চীনৰ মাজত সীমা বিবাদক লৈ বৰ্তমানেও পৰিস্থিতি উন্নত হোৱা নাই। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঁগহীৰ মাজত ৰাছিয়াত এই সন্দৰ্ভত শুকুৰবাৰে দুঘন্টীয়া এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পাছত চীনৰ তৰফৰ পৰা লাডাখত বৰ্তমান যি পৰিস্থিতি অব্যাহত আছে তাৰ বাবে সম্পূৰ্ণ ৰূপে ভাৰতে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰে।

লগতে চীনৰ এক ইঞ্চি মাটিও এৰি দিয়া নহয় বুলি চীন চৰকাৰে মন্তব্য কৰে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ফেঁগহীয়ে কয় যে, সীমা বিবাদক লৈ ভাৰত আৰু চীনৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ পৰিছে। সেয়ে এই সময়ত দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বৈঠকত বহাতো প্ৰয়োজনীয়।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here