-HODM Academy-
Home News মুম্বাইত কম হাৰত কৰা হৈছে কোভিড টেষ্ট…

মুম্বাইত কম হাৰত কৰা হৈছে কোভিড টেষ্ট…

-HODM Academy-

প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেশত ৬০-৬৫ হাজাৰকৈ নতুন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ইফালে, দেশৰ ভিতৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত। কিন্তু তাৰপাছতো ৰাজ্যখনৰ মুম্বাই মহানগৰীত কৰা কোভিড টেষ্টাক লৈ প্রশ্ন উত্থাপন হৈছে।

মহানগৰীখনত কোভিড টেষ্টিঙৰ সংখ্যা আৰু ক্ষমতা বৃদ্ধি কৰাৰ দাবী কৰা হৈছিল যদিও আগষ্টত মাত্ৰ ১৪ শতাংশহে টেষ্টিঙৰ হাৰ বৃদ্ধি পায়। আনহাতে, বিশেষজ্ঞই এই হাৰ কম হোৱাক লৈ চিন্তা প্ৰকাশ কৰিছে। লগতে কোভিড টেষ্ট কম হ’লে ভৱিষ্যতে ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব পাৰে বুলি সচেতন কৰি দিয়ে। প্ৰতিদিনাই এই সংখ্যা ১২হাজাৰ বুলি উল্লেখ কৰা হৈচে যদিও প্ৰকৃততে ৭৬৭০জন লোকৰহে কোভিড টেষ্ট কৰা বুলি অভিযোগ উত্থাপন হৈছে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here