-HODM Academy-
Home News লতা মংগেশকাৰৰ মুম্বাইস্থিত অট্টালিকা ছীল কৰিলে বিএমচিয়ে…

লতা মংগেশকাৰৰ মুম্বাইস্থিত অট্টালিকা ছীল কৰিলে বিএমচিয়ে…

-HODM Academy-

বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ ‘প্ৰভূকুঞ্জ’ নামৰ এটা অট্টালিকা বিএমচিয়ে ছীল কৰি দিয়ে। দক্ষিণ মুম্বাইৰ ছমবালা হিলস্থিত এই অট্টালিকাটো ছীল কৰিছে বিএমচিয়ে। তেওঁৰ পৰিয়ালৰ সকলো লোক সুৰক্ষিত বুলি জানিব পৰা গৈছে। অট্টালিকাটোত থকা ১১জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বাবে বিএমচিয়ে লয় এই সিদ্ধান্ত।

তাৰপাছতে লতা মংগেশকাৰৰ স্বাস্থ্য সংকটজনক বুলি ভুৱা খবৰো বিয়পি পৰে। অৱশ্যে পৰিয়ালৰ লোকে বিশিষ্ট গায়িকাগৰাকীৰ সম্পূৰ্ণ সুস্থ বুলি সাংবাদিকক জনায়। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, লতা মংগেশকাৰৰ পৰিয়ালৰ লোকে সাংবাদিকৰ আগত কয় যে- আমাক গধূলিৰ পৰা বহুজনে ফোন কৰি প্ৰশ্ন কৰিছে প্ৰভূকুঞ্জ ছীল কৰা হৈছে নেকি। লগতে পৰিয়ালৰ লোকে এনেধৰণৰ উৰা বাতৰি নিবিয়পাবলৈ অনুৰোধ জনাই সকলোকে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here