-HODM Academy-
Home News সুশান্তক হত্যা কৰিবলৈ ৰিয়াই ‘ডাৰ্কনেট’ৰ পৰা ক্ৰয় কৰিছিল…

সুশান্তক হত্যা কৰিবলৈ ৰিয়াই ‘ডাৰ্কনেট’ৰ পৰা ক্ৰয় কৰিছিল…

-HODM Academy-

সুশান্ত সিং ৰাজপুতক দিয়া ড্ৰাগছ কোনে কেনেকৈ আনিছিল সেই সন্দৰ্ভত সদৰী কৰিছে নাৰ্কটিকছ কন্ট্ৰল ব্যুৰ চমুকৈ এনচিবিয়ে। অভিনেতাগৰাকীৰ আত্মহত্যা গোচৰ সন্দৰ্ভত চলোৱা তদন্ত পোহৰলৈ আহিছে যে, সুশান্ত সিং ৰাজপুতক দিয়া ড্ৰাগছ ক্ৰয় কৰা হৈছিল ডাৰ্কনেটৰ পৰা।

সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক যিগৰাকী সৰবৰাহকাৰীয়ে ড্ৰাগছ যোগান ধৰে তেওঁ এই ড্ৰাগছ ডাৰ্কনেটৰ পৰা সুশান্ত সিং ৰাজপুতৰ বাবে ড্ৰাগছ ক্ৰয় কৰি আনি ৰিয়াক যোগান ধৰিছিল।

উল্লেখ্য যে, ডাৰ্কনেট হৈছে ড্ৰাগছ তথা আনবোৰ নিষিদ্ধ সামগ্ৰীৰ বিক্ৰীৰ এক বৃহৎ ক’লা বজাৰ। য’ত মানুহক হত্যা কৰাৰ বাবেও বিহ জাতীয় সামগ্ৰী যোগান ধৰা হয়।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here