-HODM Academy-
Home নিঊজ সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰঃ ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত এনচিবি…

সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰঃ ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত এনচিবি…

-HODM Academy-

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে এন চি বিয়ে। দেওবাৰে এনচিবিৰ এটা দলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত হয়। এনচিবিৰ দলটোৰ লগতে ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত মুম্বাই আৰক্ষীও উপস্থিত থাকে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এনচিবিয়ে অভিনেত্ৰীগৰাকীৰ বাসগৃহলৈ গৈ চমন জাৰি কৰে।

তাৰপাছত দিনৰ ১২ বজাত ৰিয়া চক্ৰৱৰ্তী উপস্থিত হয় এনচিবিৰ দপ্তৰত। উল্লেখ্য যে, শনিবাৰে অভিনেত্ৰীগৰাকীৰ ভাতৃ শ্বোৱিক চক্ৰৱৰ্তী আৰু সুশান্তৰ বাসগৃহৰ মেনেজাৰ ছেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰাৰ পাছত অহা ৯ ছেপ্টেম্বৰলৈ এনচিবিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here