-HODM Academy-
Home News হাস্পতালত চিকিৎসাধীন অভিনেতা ৰণদ্বীপ হুডা, সম্পন্ন জটিল অস্ত্ৰোপচাৰ…

হাস্পতালত চিকিৎসাধীন অভিনেতা ৰণদ্বীপ হুডা, সম্পন্ন জটিল অস্ত্ৰোপচাৰ…

-HODM Academy-
  • অসুস্থ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুডা।
  • মুম্বাইৰ ব্ৰিচ কেণ্ডী হাস্পতালত চিকিৎসাধীন অভিনেতাগৰাকী।
  • এক জটিল অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৰণদ্বীপ হুডাক।
  • হাস্পতালত ভৰ্তি কৰাৰ পূৰ্বে অভিনেতাগৰাকীৰ কোভিড টেষ্টা কৰা হয়।
  • ইফালে, চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰিছে যে, বৰ্তমান তেওঁৰ স্বাস্থ্য উন্নত হৈছে।
-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here