-HODM Academy-
Home কৰোনা ভাইৰাস সাত মাহ পিছত আজিৰে পৰা চলিব কামাখ্যা–মুৰ্কংচেলেক বিশেষ ৰে’ল

সাত মাহ পিছত আজিৰে পৰা চলিব কামাখ্যা–মুৰ্কংচেলেক বিশেষ ৰে’ল

-HODM Academy-

ৰে’ল বিভাগে লোৱা সিদ্ধান্তক আদৰণি জনাইছে ধেমাজিবাসীয়ে৷

উত্তৰ অসম বাসীৰ বাবে সুখবৰ৷ আজিৰে পৰা চলিব কামাখ্যাৰ পৰা মূৰ্কংচেলেক অভিমুখী বিশেষ ৰে’ল৷ কোৰোণা মহামাৰীৰ বাবে যোৱা সাতটা মাহে ৰে’ল সেৱা বন্ধ ৰাখিছিল চৰকাৰে৷ গণসংক্ৰমণ যাতে অধিক বৃদ্ধি নাপাই তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সিদ্ধান্ত লৈছিল ৰে’লসেৱা বন্ধ ৰখাৰ৷

সুদীৰ্ঘ সাতটা মাহৰ পিচত ১ অক্টোবৰৰ পৰা তথা আজিৰে পৰা কামাখ্যাৰ পৰা মূৰ্কংচেলেক বিশেষ ৰে’ল চলোৱাৰ কথা সদৰী কৰাৰ পিছতে ৰে’ল ষ্টেচনসমূহ চাফ–চিকুণ কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে৷ ধেমাজি ৰে’লৱে ষ্টেচনটোও ইতিমধ্যে চাফ–চিকুণ কৰা হৈছে৷

ইয়াৰ সমান্তৰালকৈ ৰে’ল বিভাগৰ যাত্ৰীসকলৰ প্ৰতি আহ্বান – স্বাস্থ্য বিধিসমূহ পালন কৰি যাতে গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ সামাজিক দূৰত্ব, মুখত মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান ৰে’ল বিভাগৰ৷

ইফালে, ৰে’ল বিভাগে লোৱা সিদ্ধান্তক আদৰণি জনাইছে ধেমাজিবাসীয়ে৷ কিয়নো দূৰণিবটীয়া যাত্ৰীসকলে যথেষ্ট আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে বিগত মাহকেইটাত৷ বিশেষ ৰে’লখনে উপকৃত কৰিব উত্তৰ অসমৰ ৰাইজক৷ লগতে আগন্তুক দিনত অন্যান্য ৰে’লসমূহৰ চলাচলৰ বাবেও আহ্বান জনাইছে সৰ্বসাধাৰণ নাগৰিকে৷

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here