-HODM Academy-
Home নিঊজ সুশান্ত সিং ৰাজপুতৰ ঘৰত উপস্থিত দিল্লী এইমছৰ ৩জনীয়া চিকিৎসকৰ দল…

সুশান্ত সিং ৰাজপুতৰ ঘৰত উপস্থিত দিল্লী এইমছৰ ৩জনীয়া চিকিৎসকৰ দল…

-HODM Academy-

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ তদন্ত অব্যাহত আছে। শনিবাৰে চিবিআইয়ে অভিনেতাগৰাকীৰ বাসগৃহলৈ লৈ যায় দিল্লী এইমছৰ তিনিগৰাকী চিকিৎসকৰ এটা বিশেষ দলক। চিবিআই বিষয়াই সদৰী কৰা অনুসৰি, সুশান্ত সিং ৰাজপুতৰ ঘৰত তালাচী চলোৱাৰ পাছত তেওঁলোকৰ জমা দিব ৰিপ’ৰ্ট।

উল্লেখ্য যে, যোৱা মাহত দিল্লী এইমছৰ সহায় বিচাৰিছিল তদন্তৰ বাবে। চিবিআইৰ লগতে এই ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে ই ডি, এন চি বিয়ে। ইফালে, শুকুৰবাৰে সুশান্তৰ এসময়ৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিক আৰু আন এজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here