-HODM Academy-
Home কৰোনা ভাইৰাস আনল’ক-৫ৰ গাইড লাইন জাৰি, খুলিব পাৰিব ছবিগৃহ, স্কুল-কলেজৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব ৰাজ্যই

আনল’ক-৫ৰ গাইড লাইন জাৰি, খুলিব পাৰিব ছবিগৃহ, স্কুল-কলেজৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব ৰাজ্যই

-HODM Academy-

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে আনল’ক ৫ৰ গাইড লাইন।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে আনল’ক ৫.০ৰ গাইড লাইন। গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভিত্তিত আনল’ক ৫ত চিনেমাগৃহ আৰু মাল্টীপ্লেক্স ৫০ শতাংশ চিট কেপাচিটীৰে খোলাৰ সুবিধা দিয়া হৈছে। আনল’ক ৫ ত বহু খিনি শিথিলতা প্ৰদান কৰা হৈছে। কেৱল মাত্ৰ কণ্টেইনমেণ্ট জ’নত নাথাকিব কোনো ধৰণৰ শিথিলতা। অহা ৩১ অক্টোবৰলৈকে বাহাল থাকিব এই সমূহ নীতি-নিয়ম।

  • ১৫ অক্টোবৰৰ পৰা খুলিব পাৰিব ছবিগৃহ আৰু মাল্টীপেক্স। ৫০ শতাংশ আসনেৰে খুলিব পাৰিব ছবিগৃহ সমূহ।
  • স্কুল-কলেজ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব। কিন্তু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়।
  • কণ্টেইনমেণ্ট জ’নত নাথাকিব কোনো ধৰণৰ শিথিলতা।
  • কিন্তু অন্য প্ৰান্তত ল’ক ডাউন ৰাজ্য চৰকাৰে বলৱত্‍ কৰিব নোৱাৰিব।
  • ১৫ অক্টোবৰৰ পৰা খুলিব পাৰিব এণ্টাৰটেইনমেণ্ট পাৰ্ক। এই সন্দৰ্ভতো পৰৱৰ্তী সময়ত বিস্তৃত গাইড লাইন জাৰি কৰিব কেন্দ্ৰই।
  • শ্বুইমিং পুল খেলুৱৈ সকলৰ প্ৰশিক্ষণৰ বাবে খোলা হ’ব।
  • মানি চলিব লাগিব সামাজিক দূৰত্ব। মানিব লাগিব কোভিড প্ৰট’কল।
  • ১০০ জন লোকৰ উপস্থিতিত সভা-সমিতি কৰিব পাৰিব। মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবই লাগিব।
  • আন্তঃজিলা যাতায়াত আৰু আন্তঃ ৰাজ্যিক যাতায়াত সম্পূৰ্ণ ৰূপে খোলা থাকিব।
-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here