-HODM Academy-
Home নিঊজ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ওলাই গৈছিল ঘৰৰ পৰা, দুবছৰ পিছত সাগৰত জীৱন্তে...

স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ওলাই গৈছিল ঘৰৰ পৰা, দুবছৰ পিছত সাগৰত জীৱন্তে উদ্ধাৰ ‘আত্মহত্যা কৰা’ মহিলা, চাওক ভিডিও

-HODM Academy-

ভগৱানেহে বচালে, স্থানীয় মৎসজীৱিসকলে জনাইছে কলম্বিয়াৰ সেই এলেকাত এঞ্জেলিকাক কোনোমতে ভাঁহি আহি থকা দেখা পাইছিল। সেই সময়তে তেওঁক জীৱন্তে উদ্ধাৰ কৰা হয়।

ৰাখে হৰি মাৰে কোনে! এই কথাষাৰেই সত্য প্ৰমাণিত হ’ল কলম্বিয়াত। দুবছৰ পৰিয়ালৰ পৰা দূৰৈত থকাৰ পিছত ঘৰলৈ ঘুৰি আহিল মাতৃ। তাকো সমুদ্ৰৰ পানীত ওপঙি ওপঙি। সকলোৱে ভাবি লৈছিল তেওঁৰ মৃত্যু হৈছে। কিন্তু সমুদ্ৰৰ পানীৰেই তেওঁ উভতি আহিল জীৱন্তে। কলম্বিয়া চহৰৰ পৰা কিছু দূৰৈত সমুদ্ৰৰ বুকুত তেওঁৰ সন্ধান পোৱা গ’ল। বিগত ২৬ছেপ্তেম্বৰত তেওঁক অবাক কৰা এটা দিন হৈ ৰ’ল এই পৰিয়ালটোৰ কাৰণে জানিব পৰা মতে প্ৰায় আঠঘণ্টা সময় তেওঁ তেনেকৈয়ে সাগৰৰ বুকুত ভাঁহি ভাঁহি আহি আছিল। ঐশ্বৰিক দয়া নাথাকিলে কোনো মানুহেই এনেকৈ বাচি আহিব নোৱাৰে।

মহিলাৰ নাম এঞ্জেলিকা গৈতান। তেওঁৰ বয়স ৪৬বছৰ। আজিৰে পৰা দুবছৰ পূৰ্বে স্বামীৰ সৈতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ। সকলোৱে ভাবিছিল তেওঁ আত্মহত্যা কৰিলে! শৰীৰ উদ্ধাৰ হোৱা নাছিল। এই দুটা বছৰে এঞ্জেলিকাই পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাছিল। স্থানীয় সংবাদ সংস্থাৰ মতে সাগৰত তেওঁ তেতিয়া জাঁপ দিয়াটো সঁচা। কাৰণ মহিলাগৰাকীয়ে বিগত ২০বছৰ ধৰি গাৰ্হস্থ্য হিংসাৰ চিকাৰ। তেওঁ নিজৰ প্ৰাক্তন স্বামীৰ পৰা বাচিবলৈ সেইদিনা ঘৰৰ পৰা ওলাই গৈ আত্মহত্যা কৰিছিল। কিন্তু অলৌকিকভাৱে

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here