-HODM Academy-
Home ক্ৰীড়া-জগত ২০০৭ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতক বিজয়ৰ মুকুট পিন্ধুওৱা এইগৰাকী ক্ৰিকেটাৰ...

২০০৭ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতক বিজয়ৰ মুকুট পিন্ধুওৱা এইগৰাকী ক্ৰিকেটাৰ এতিয়া যুঁজিছে কোৰোনাৰ বিৰুদ্ধে

-HODM Academy-

এসময়ত তেওঁ ক্ৰিকেটৰ জগতত বলেৰে যাদু দেখুৱাইছিল। প্ৰতিজন ক্ৰীড়াপ্ৰেমীয়ে অপেক্ষা কৰিছিল তেওঁৰ খেল চাবলৈ। এতিয়া তেওঁ কোৰোনাৰ বিৰুদ্ধে যুঁজ দিছে। গৃহৰাজ্যখনক কোৰোনাৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে প্ৰতিপল যুঁজ কৰি গৈছে। লক্ষ্য কেৱল এটাই কেনেকৈ কোৰোনাৰ পৰা ৰক্ষা পৰিব হাৰিয়ানা। দিনে-নিশাই হাৰিয়ানা পুলিচৰ হৈ কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতীয় ক্ৰিকেট কাউন্সিলে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান ৰাজ্যখনৰ আৰক্ষীৰ ডিএছপি যোগিন্দৰ শৰ্মাক ”ৰিয়েল হিৰ’’’ৰ সন্মানেৰে সন্মানিত কৰিছে।

শনিবাৰে ভাৰতীয় ক্ৰিকেট কাউন্সিলে ২০০৭ বৰ্ষৰ টি-২০ বিশ্বকাপৰ ভাৰতৰ হিৰ’ খ্যাতি লাভ কৰা যোগিন্দৰ শৰ্মাক ৰিয়েল হিৰ’ সম্বোধন কৰি এক টুইট কৰে। বিশ্বক বিপদলৈ ঠেলি দিয়া কোৰোনাৰ বিৰুদ্ধে দেশজুৰি যুঁজ কৰা আৰক্ষী বিষয়াসকলৰ ভিতৰত এগৰাকী হিচাপে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে অজস্ৰজনৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২১ দিনীয়া লকডাউনৰ সময়ত আইন অমান্যকাৰীসকলক বুজনি দি কেনেকৈ কোৰোনাৰ সৈতে যুঁজ কৰিব লাগে সেই পৰামৰ্শ দিছে যোগিন্দৰ শৰ্মাই।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here